পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যে ১১৯] উপদেশ ৭ ৰাম নিৰঞ্জন নৱ-গন ভকশন দেৱ। তুমিসি পৰম খুক নাৰায়ণ তুৱা পাৱে কৰৰ সেৱ৷ ১৯৬ ৰামকৃষ্ণ-নাম ধৰ্ম্ম অনুপাম সদায় যিটো সুমৰে। যত মহাপাপ নাম-অপাধ সৱে মষিমূৰ কৰে। ১৯৭ ঘোৰ সংসাৰৰ ঔষধ হৰি তেজিয়া নাম সম্প্ৰতি। আৱৰ কমন উপায়ে পণ্ডিতে লভিবে আপুন গতি। ১৯৮ মোৰ ভক্তি-যুক্ত যোগীৰে জানিবা মোতেসে চিত্ত যাহাৰ। জ্ঞান কৰ্ম্ম বিনে কেৱল ভক্তিত পাৱয় সংসাৰ-পাৰি॥ ১৯৯ ১৯। নামাপধষুজানাং নামাতে হত্যধং। অৱিশ্ৰান্তিযুক্তানি তাম্বোৰ্থবাণি যৎ। পল্প-পুৰাণ, ৰূপ, ৩৮,৫৫