পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাম-ধোবা [ থোকা ১৭৬ ব্ৰহ্ম পৰমাত্মা কৰিয়া যিহেতু ঐশ্বৰ্যৰ নাহি অন্ত। এহি হেতু মহা- মহসকলে বোলে তঙ্ক ভগবন্ত। ১৭৬ নিজ ভক্ত পদে গৰুড়ক ধ্বজ কৰিলা হৰি যিহেতু। সেহিসে কাৰণে মহন্তসকলে বোলয় গৰুড়-কেতু। ১৭৭ কাল মায়া আদি যাহাৰ নামক কৰিতে নপাৰে কুণ্ঠ। এহিসে কাৰণে ঈশ্বৰৰ নাম প্ৰসিদ্ধ ভৈল বৈকুণ্ঠ। ১৭৮ সদানন্দ আত্মা চৈতন্য অনন্তে যিহেতু যোগী ৰময়। এতেকেসে বাম পদে পৰমব্ৰহ্ম ৰূপক বুলি নিশ্চয়। ১৭৯ ১৬। বদন্তি তং তত্বৱিদগুত্বং যজ্ঞ, জ্ঞানমন্বয়ং। ব্ৰহ্মেতি পৰমাত্মেতি ভগৱালিতি শব্দতে। —ভাগৱত পুৰাণ ১.৯১ ১৮ অলকনামক।