পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যোব ১৫ ] নামৰ ভয় দুইতত কৰি ইটো উত্তম নিমিত্তে প্ৰখ্যাত পুৰুষোত্তম৷ ১৭১ প্ৰকৃতি পুৰুষ দুইতত কৰি পৰ দুইহানো নিজ কাৰণ। পৰৰ ঈশ্বৰ নামক ধৰিয়া আছ। গতে নাৰায়ণ। ১৭২ কৰ্ম্ম অনুসাৰে ইটো জগতক পালন্ত হৰি সাক্ষাত। এহি হেতুতেসে জগন্নাথ নাম আছন্তু ভুয়া প্ৰখ্যাত। ১৭৩ ঈশ্বৰৰ সেৱা কৰিলে জীৱৰ গুচয় মায়াৰ ভ্ৰম। ব্ৰহ্ম পদে শুধ . জীৱক বুলিয় ঈশ্বৰক পৰব্ৰহ্ম ১৭৪ অন্তৰ্যামী ৰূপে জীৱ আদি কৰি নিয়মস্ত সমস্তক। এহি হেতুতেসে পৰমা পদে বুলি জানা ঈশ্বৰক। ১৭৫ ১৭। স্মাৎ তীতেহাবাদপি চোত্তম। অতোস্মি লোকে ৱেৰে চ প্ৰণিতঃ পুৰুষোত্তম। --ভগৱশী, ১৫.১৮ ১৭৫। অকণমোখাজি জীৱ ইতুচ্যতে। অৱিদ্যাকমাহিতঃ পৰমাজতি পতে। | বৃহাদীয়পুৰ, ৩৬২ 89