পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২ নামঘােখা [যে ১, ই আদি দেৱে গােৰ ইন্দ্র পাতি কৰিলন্ত অভিষেক। পৰম প্রসিদ্ধ গােবিন্দ নামক ধৰিলা হৰি প্রত্যেক। ১৬৭ দেশে কালে তা একোৱে প্ৰকাৰে কৰিতে নপাৰে অন্ত। এহি হেতুতেসে ঈশ্বৰৰ নাম প্রসিদ্ধ ভৈল অনন্ত । ১৬৮ যত বেদবাদী বেদক বিচাৰি কৰিতে নপাৰে আদি। এতেকেসে তান পৰম প্ৰখ্যাতি ইয়াছে নাম অনাদি। ১৬৯। অধম পুৰুষাে। হয়: উত্তম ভজিয়া যাৰ চৰণে। পুরুষােত্তম নামক ধৰিয়া আছ এহি কাৰণে। ১৭০ দেহক বুলিয় ক পদে ইটো অ শবদে না? ১৫। ই মূর্থিতি সাং নােদিতো দেৱমাতৃতি। অত্যধিই এই গােৱি ইতি চাক্য। -গৱপুৰাণ, ১৪২৪