পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাৰ অল্প এতেকেসে তাৰু বোলঃ মাধ মহাজন নিৰন্তৰ। ১৬৩ জনা পদে মায়া দেৱীক বুলিয় ভক্তৰ মায়া মৰ্দন্ত। এহি হেতুতেসে জনাৰ্দন নাম : ধৰি আহা ভগৱন্ত ১৬৪ মধুৱতে মায়া উম্মত কৰায়া আছা যত জীৱগণ। ভৰ মায়াক পীড়ন্ত নিমিত্তে বুলিয় মধুসূদন॥ ১৬৫ গো পদে বেদ ইন্দ্ৰিয়ক বুলি কৰম্ভ তাক পালন। এতেকেসে তাঙ্ক বুলিয় গোপাল জানিবাহা মহাজন॥ ১৬৬ ১৩। মা মা বন্ধঃ মায়াজ্জিায়া ধৱ ইতি ৰা। জাং উক্ত মায়াময়তীতি জনান। ১৬। জয়তীতি জনা মায়া ভক্ত তামতীতি জানান। —তিবাৰ ৩২ টা পা ১৬৫। মধুতে-পুথি) মধুখতে। (ছ) মধুমতী।