পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন।] 8: কৃষ্ণৰ কিঙ্কৰে। অজামিলোপাখ্যান হৰি হেন ইটো দুইগুটি অক্ষৰ উচ্চাৰিলে একবাৰ। মোক্ষৰ পথক যাইবাক লাগিয়া সিও ভৈল কাছ-পাৰ। হৰিৰ নামৰ অনন্ত মহিমা কহিবে কাৰ শকতি। যদি চাৰি মুখে ব্ৰহ্মায়ে কহস্ত তভো মুহি সমাপতি। ৩৯ ভণিল শঙ্কৰে শুনিয়োক সৰ্বজন। হেন জানি আন আল-জাল এড়ি কৰিয়ো হৰি-কীৰ্ত্তন॥ কোন দিন ইটো কেতিক্ষণ নেয় যম। আউৰ কি সেন্থৰে ভাৰত-ভূমিত হৈবাহা মানুষ-জন্ম। ৪০ কোটি কোটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য-শি। সিসি কদাচিত্ত হেয় ভাৰতৰৰিৰে আসি। শৰীৰ পড়ায়