পৃষ্ঠা:Kirtan Ghosha.pdf/৭৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

48 নাম-ঘোষা [ যোবা ১২ সাৰ-নিৰ্ণয় গুগ-সমূহক যিটো শুনিতে উদ্যম কৰে নৰ। তেখণৰেপৰা সিটো জানিব নিশ্চয় কৰি ভৈল আতি শুদ্ধ নিৰ্ম্মৎসৰ। ১২৩ ঈশ্বৰ কৃষ্ণসে নিষ্ট পৰম আৰাধ্য যে মোৰ ভান নামে নিজ গতি। হেনয় নিশ্চয় যিটো কৰিলে কলিত আতি সিসিজন পৰম সুকৃতি॥ ১২৪ সংসাৰৰ ইন্দ্ৰ কৃষ্ণ তাহান নামক যিটো অজ্ঞানতে চাণ্ডালে লৱয়। হেয় পৱিত্ৰ সিটো জানিবা. যজ্ঞত আনি পাত্ৰ পাতিবাৰ যোগ্য হয়। ১২৫ ৰাম ৰাম ৰাম বাণী পৰম মঙ্গল-প যাৰ মুখে প্ৰকাশ কয়। ১২৩। গুগণসশেইং শ্ৰোতুং যশ্চ সমুন্ততঃ। ভৱেস্লিমৎসঃ ওঃ স তং কিং ৰাষ্যত। ১২৪। ঈশ্বৰ পৰশশা দেৱে যম তাম তকম্। ইতি ঘষা নিশ্চিতে নিত্যং কৃতি তুং পং ভিন্ন। ১২৫। আপি চেৎ অপচো নাম সংসাৰ চাৱাৎ। যদি গতি সোহপত্ৰ বা পৰিকতে। পা১২৩ লা-মন। তেখণ-যেন। নিৰ্মংসহৱে মন। ১২৪। প্ৰকৃতি-প্ৰকৃতি।