পৃষ্ঠা:Kirtan Ghosha.pdf/৭২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাম থােকা [ ঘােখা ", পৰম-পুৰু দেৱ পৰম-কাৰণ : প্রভু পৰম-ঈশ্বৰ ভগৱন্ত। সামন্দ সদাশিৱ সত্য সনাতন হৰি জয় জয় অচিন্ত্য অনন্ত। ৯৯ আপলে মধুবেসে মাত্র প্রিয় হে জিহ্বা সদা তােৰ জান তুঞি ৰসৰ সাৰক। আন তেজি নিৰন্তৰে কৰিয়ােক মাত্র পান নাৰায়ণ-নাম-অমৃতক ॥ ১০০ হে জিহবা তঞি সদা আহ্মাত নির্দয়া ভৈলি কেনে নােবােলস ৰাম-বাণী। সংসাৰ-সাগৰে ইটো হৰিসে সুদৃঢ় না জানি হৰি বুলিয়ে কল্যাণী । ১০১ হে কর্ণ সদা তােৰ শদ মাসে প্রিয় তঞি শব্দ মধুৰ জানস। কোটি অমৃতততাধিক পৰম মধুৰ শব্দ শুন সদা কৃষ্ণ-নাম-যশ। ১২ ১•• ৫ ক্রিহ্নে সময়ে সৱা মধুপ্রিয়ে। " নাৰায়ণামৃতং পিৱ জিরে নিন।