পৃষ্ঠা:Kirtan Ghosha.pdf/৭২২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নানা হৃদি-স্থিত হয় তুমি যেন কৰাবাহা স্বামী হৃষীকেশ কৰিবৰ নেয়। ৮১ নজানােহাে আৱাহন নজাননাহহা বিসর্জন পূজা মন্ত্র জানাে কিঞ্চিত। এতেকে পৰমেশ্বৰ দাস ভৈলাে: গণৰ মােৰ গতি সাধিবে: উচিত। ৮২ অনুমানা তােহ্মাসে অবিদ্যায়ে আহ্মাক মুহিলে হৰি নজানােতহা তােহ্মাৰ ভত্ত্বক। তােহ্মাৰ সণে হৰি শৰণ পশিয়া সাৰ, কৰিলােহে লােহ্মাৰ নামক। ৮৩ ৮১। জনামি ধর্ম ন চ মে প্রতি- নামধর্মং ন চ মে নিত্তিঃ। ত্বয়া বীকেশ হদিখিতেন যথা নিযুক্সোন্নি তথা কৰােমি। -পাঞ্জীত ২। আৱাহনং ন জামিন নাৰি সিং। পুজামন্তং ন জানামি জং গতিঃ পৰমেথ- ৩। গদীশৱশকোতয়াবােধিতকর্মভিঃ। জাতা সংসতঃ প্রিলি নুহৰে পাহি নং পিক। শ্ৰীৰাষী, ভাগৱতাদীপিকা, ১৮৭৯

  • ৮। পশিখা।