পৃষ্ঠা:Kirtan Ghosha.pdf/৭২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাম-মোখা [ ঘোষ। বসুদেৱ-মৃত কৃষ্ণ তুমি ভকতৰ ইষ্ট কংস- চাদি-বিমৰ্দন। দৈৱকী-হৃদয়ানন্দ ভযু পাৱে কৰোহ বন্দন। ৭৮ মোৰ সম পাপী লোক নাহিকে ই তিনি লোক তুমি সম নাহি পাপ-হাৰী। ই জানি গোৱিন্দ মোক যেন যুৱাই কৰিয়োক তুৱা পদে কৰোহহ গোহাৰি। ৭৯ সহস্ৰ সহস্ৰ আতি অপৰাধ দিনে ৰাতি কৰো মই মহামূঢ়জন। ‘আমি প্ৰভু তযু দাস আকে মানি জগবাস মিয়োক শ্ৰীমধুসূদন। ৮০ ধৰ্ম্মক জ্ঞানোহহা মঞি তথাপি প্ৰবৃত্তি নাই অধৰ্ম্মতে নিবৃত্তি নোহয়। ৭৮। ব্ৰদেৱতং কৃষ্ণং কংসাৰশন দেৱকীয়াং, কৃষ্ণং বলে জগঞ্জ। -গীতা-মাহাত্ম্য (). সমঃ পাতকী নাকি সমো নান্তি পাই। ইতি ৱিজয় গোৱিন্দ ঋথাযোগ্য তথা কুৰু। ৮. অপসহশ্ৰাণি কিয়হেমিশঃ মন্না। দাসোশিতি মাংস ম মন।