পৃষ্ঠা:Kirtan Ghosha.pdf/৭২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


থে।] প্রার্থনা অপৰাধ-বিনাশন ভযু নাম নাৰায়ণ জানি নামে পশিললা শৰণে আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মােক ৰক্ষা কৰিমাে চৰণে। ৭৫ হে কৃষ্ণ হে বাসুদের দৈৱকী-নন্দন হৰি নামাে নন্দ গােপৰ কুমাৰ। কৃপাময় গোৱিন্দ তবু পদ-অৰৱিন্দ কৰৰ মই লক্ষ নমস্কাৰ। ৭৬ পদ্ম সম নাভি যাৰ প্ৰণামােহে বাৰম্বাৰ নমাে দিব্য পদ্ম-মালা-বাৰী। নমাে পদ্ম-সম-নেও পদ যাৰ শপত্র নমাে ভকতৰ ভয়-শাৰী। ৭৭ ৬। কার ব্রাহ্ম দেকামনার চ। নলখােপকুমার গােৱিন্দায় নমাে নমঃ। ৭ নং পজেলার নম শরুমালিনে। নঃ পরুনেত্রার সময়ে জানিয়ে। গগৱত-পুৰাণ, ১৪২" । পা এ৮৮২-১৩ শোষাৰ পিছত - খো, কাশি এইকে ।)