পৃষ্ঠা:Kirtan Ghosha.pdf/৭১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


. নামা [ যোব বাহিৰে ভিতৰে গুৰু তুমি বিনে নাহি মোৰ আৰ। কৃপা কৰা হে হৰি চৰণত ৰক্ষা কৰি দিয়ো মোক সেৱাৰসাৰ॥৬২ তুমি হৰি কৃপাময় বাহিৰত গুৰু-ৰূপে অনুগ্ৰহ কৰি আছ মোক। অন্তৰ্যামী গুৰু ৰূপে তাকে সত্য কৰা মোৰ তবু নামে সদা ৰতি হৌক। ৬৩ হে ভগৱন্তু "গুৰু তষু পদে মন মোন যিকালত থিতিক লভয়। তোহ্মাৰ কৃপাত তেৱে সমপ্তে সাধন-এম এৰাই সুখী হইবোহহো নিশ্চয় ও ৬৪ হে প্ৰভু নৰহৰি তোহ্মাৰ চৰণ দুই প্ৰেমভাৱে স্মৰণ-দুল্লভ। যথাকথঞ্চিত-ৰূপে অহৰ্নিশে প্ৰভু মোৰ

সুমৰণ হুয়োক স্বাভ। ৬৫

৬। যা পানশগুলো ভৱংপদ গদ 'মনোমে জগতেই। তা নিখিলসানম শ্ৰয়ে 'সৌখ্যং হু, কুপাত। --শ্ৰীধৰশী, ভান্সয়ত-শৱীপিকা, ১০.৩ চৰণৰণং 'প্ৰে ৱ দেৱ সুদুৰ্লভ। বথা কহিৰে মম আদহৰ্নিশ। গ্ৰীধৰঘামী, ভাগৱত-জাৱা ২৩

  • * *