পৃষ্ঠা:Kirtan Ghosha.pdf/৭১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাবো [ ৩ তৰ্ক-শাস্ত্ৰ মহাব্যাভী তাহান নিপুণ পতি তাৰ শিষ্য ভৈল পুত্ৰ-প্ৰায়। সংসাৰ বনত পশি পতি-পুত্ৰ সমন্বিতে উপনিষৎ-ধে ধৰি খায়॥ ৪৩ সৰ্ব-শ্ৰুতি-শিৰোৰ ভাগৱত-কন-মায় হৰি-নাম-সিংহ প্ৰকাশয়। তাৰ মহাখধ্বনি শুনি নিজ পৰিয়াৰ সমে তৰ্কব্যাঘ্ৰী পায় হুয়া ভয়। ৪৪ অৰহু গোৱিন্দ মূঢ় বোলহু গোৱিল ঢ় ভক্ৰহু গোৱিন্দ সৰ্ব্বক্ষণে। মৰণ সন্নিতে পাইলে গোৱিলেসে ৰাখিব নৰাখিবে ‘ডুক কৰণে॥ ৪৫ 881 ৩। তৰ্কশাস্ত্ৰ মহাৱাক্সী পতিত্ৰ ব্ৰিণা। তন্দ্ৰিয়াগুৎসুতপ্ৰায়ে ভক্তকোপনিষগৱা। সৱ ভিশিৰোৰভাগৱতাৰণ্যে হৰিামসিংহে ৱিৰাজতেধ্বনি। তৎশব্দং গ্ৰুথ সনিগতিপুত্ৰ। তাত্ৰী ভূৰ্ণং ত্ৰাতি। এগৱহাটা বাজতে নামকেশী। শীত অৱতি বাদাৎ ত্যান্ত্ৰী গোতি। ৫। ৰ গোৱিঙ্গ বদ গোৱিন্দ গোৱিন্দ ভঞ্জ মুমছে। প্ৰাপ্ত সন্নিহিতে মৰণে ন হি ন হি ক্ষতি ডুকুণে। পা॥৪। সৰ্ব-এতিসতী। সক্সিতে-নিতে। দুস্থা।