পৃষ্ঠা:Kirtan Ghosha.pdf/৭০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নামঘােষা [ ঘােয় ২৩ ৰাম-কৃষ্ণ-হৰি-নাম সর্বধর্ম-অনুপাম সকল নিগম-তত্ত্বসাৰু যাত পৰে ধৰ্ম্ম নাহি আৰ। হেন নাম নুনুমৰি কমন ভাৰসা কৰি ৰৈয়া আছ ভৰ তৰিবাৰ। ২৩। বিষ্ণু-পাদোদক গঙ্গা মহেশে সহিতে ইটো জগতকে পৱিত্ৰ কয়। হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো শবদৰ স্বৰূপ আছয় ৷৷ ২৪ পুণ্য-অৰণ্যৰ মাজে মাধৱৰ নাম-সিংহ প্ৰকাশ কৰয় আতি বড়ে। যাৰ ধ্বনি শুনি ভয়ে মহাপাপ-হস্তীচ্যু পলায় আতি ত্ৰাসত গড়ে। ২৫ আপুনি আপুন বন্ধু আপুনি আপুন শক্ত আপুনি আপুন ৰাখে মাৰে। ২৪। তথাপি যৎপাদনপাৱষ্টং জগৰিৰিক্ষেপহৃতাশা। সেশং পুনান্যতমাে মুকুন্দাৎ কে নাম লােকে ভগৱৎপদ। —ভাগৱত-পুৰাণ, ১.১৮২১ ২৫। পুণ্যাৰণে পৃসিংহৈকাসিংহে ৰিক্সতে। বাদ পলাৱে মহাকাশকুৰাঃ।