পৃষ্ঠা:Kirtan Ghosha.pdf/৭০৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মোৰা ২২] উপদেশ but কৰ ৰণে চিত্ত দিয়া মােক্ষ-আদি বসে ৰতি আৰ নকয় মনে। ১৯ কৃষ্ণ নামক সদা কীৰ্তন কৰয় যিটো মনে দৃঢ় কৰিয়া নিশ্চয়। নিষ্কাম হােক বা যদি সকাম হােৱয় তাক কদাচিতে কলি নবাধয় ২৩ চাণ্ডাল পর্যন্ত কৰি জগতৰ উপকাৰী নাহি নাম-গুণ বিনে আন৷ সেহিসে কাৰণে হৰি নিজ-যশ-প্রিয় ভৈস ভগৱন্ত ভকতৰ প্ৰাণ | ২১ যিহেতু চৈতন্য-পূর্ণ পৰমাত্মা-ৰূপে হৰি হৃদয়ত আছন্ত প্রকাশি। তাতেসে ইন্দ্রিয়গণ ভূত প্রাণ বুদ্ধি মন প্ৰৱৰ্ত্তে যতেক জড়শি ॥ ২২ ১৯। ভক্তি লঙ্কত সাবাে কিহুৱশিষ্যতে । পী পীষমৃতং পাতং নৱশিতে। ২। অহাে বাঢ় হযেনম কীর্তপ্তি চ যে না। নিকামে সামাে বা ২ কলিষখতে চিৎ। —বহাৰদীয়-পুৰাণ, ৩৮৯৯