পৃষ্ঠা:Kirtan Ghosha.pdf/৭০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দােকা] উপদেশ যিটোজনে শুদ্ধভাৱে হৰিত শৰণ লৈয়া হৰিক সুহৃদ বুলি আছে। হৰিৰ প্ৰসাদে সিটো বিল্পিৰ মুণ্ডত ভৰি দিয়া হৰি-গুণ গায়া নাচে। ৬ সকল নিগমে লতা তাৰ অবিনাশী ফল কৃষ্ণনাম চৈতন্য-স্বৰূপ। সুমধুৰ সুমঙ্গল শ্রদ্ধায়ে হেলায়ে লৈয়া নৰ মাত্ৰ তৰে ভর-কুপ ॥ ৭ অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাৰু ব্যাপকত কিবা বিসর্জন। এতাৱন্ত মূর্তিশূন্য কেনমতে চিন্তিবাহা ৰাম বুলি শুদ্ধ কৰা মন। ৮ ৬। খ ন তে শান্তু তাকাঃ কচিৎ এখুন্তি মার্গাৎ দক্সি বা সৌহৃঃ। স্বাক্তিগুপ্তা চিন্তি নির্ভয়া। ৱিকানীপমুধ প্রঙে। গৱত-পুৰাণ ১,২,৩৩ । ধুমধুমঙ্গল মহলানাং সকললিগৱীলফলং চিৎকাপ। সকৃপি পৰিগীতৰ এয়া হেল কা তুগুৱৰ মাত্ৰং আৰমে কৃষ্ণনাম। প্রস- গুণ অত্তন্ত কথং পুলা ব্যাপক ফি সিজন। মুতথাৎ ধং ধ্যানং নামমাত্ৰাৎ শুটিৰ্ডৱেৎ। 1