পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ] ধ্যান-বৰ্ণল হে বঙ্গ পদ্ম। দেখি চিহ্ন মহোৎসৱ। হেনৰূপে দামোদৰ। হৃদয়ৰ অভ্যন্তৰ॥ ৪৩ আছন্তু জগত-বাপ। দশনে হবে তাপ || তত্ববা হেন জানি। টিস্তিষেক চক্ৰপাণি। ৪৪ বৃথা কথা পৰিহৰা। হৰি-ণ-নাম ধৰা। ক্ষণিক অৰ্থিব কাম। প্ৰাণ কেতিক্ষণে যায়। ৪৫ তথাপি চেতন নাই। কেনে আছা বাট চাই? জ্ঞান- মতিহীন। হয় মাধৱ ধীন ৪৬ কলিযুগে গতি নাম। জানি তো আন কাম। কৰি মন উপলাম। কি বোস বা বাম || ৪৭ ধ্যান-বৰ্ণল সাপ্ত। ২।