পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৫৭ কীৰ্তন ৩] আলামিপোখান ভাৰ্য্যাক পুক পুষিবে যতনে | এড়ে ত্ৰিজগত-পতি। বিষ্ণুৰ চৰণ | নিচিন্তি সদায়ে 'ধনকেসে কৰে ধ্যান। সিটো পাতকীক সুধিবে লাগে | যাতনাক লাগি আন॥ ২৫ কৃষ্ণ-কথা এড়ি সাতে-পাঞ্চে বেঢ়ি | আন কথা কই থাকে। অমৃতক এড়ি । যেন বিষ্ঠা ভুঞ্জে | গৰু শূকৰৰ জাকে। সিটো পাপীসৱ দৈৱে ভৈল হত চিন্তে আপুনাৰ মাৰ। উপজি মৰিবে। যাতনা ভুঞ্জিবে | নাহিকে তাৰ নিস্তাৰ। ২৬। বিষ্ণুৰ নামৰ মহিমা শুনিয়া দূতগণ গৈল ডৰি। • হৰি-ভকতক | দেখিবাক প্ৰতি | উৰায় সেহিদিন ধৰি। পা ২৬ গৰু-গাৰি, গৱিৰ