পৃষ্ঠা:Kirtan Ghosha.pdf/৬৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ পৰিশিষ্ট ] ধ্যান-বৰ্ণন তৃতীয় কীৰ্তন ঘোষা। মাধৱ মুকু ৰাম। ঘুৰিমো হৰিৰ নাম। সংসাৰ আগৰে তৰা। কৃষ্ণৰ চৰণে ধৰায় দেখিয়ে হৃদয়-মাঝে। জিনি কাম কোটি সাজে। ২৯ চক নিয় কান্তি। বশন মুকুতা-পান্তি। শিৰত ৰৰ প্ৰলে। বনমালা শোতৈ গলে ৩০ নন কষদ। মুগ নিৰিল। নয়ন পঙ্কজ-জৌতি। উৰে পুলে গজমোতি॥ ৩১ “খান” এই তৃতীয় অধ্যাৰ পা বিষ্ণুপুৰৰ সত্ৰ আৰু বোৰহাটৰ চাৰিাৱ পোৱা পুথিৰপৰা গৃহীত হৈছে। পা প ২৯ জিনিবেন।