পৃষ্ঠা:Kirtan Ghosha.pdf/৬৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ফুচা-কীৰ্তন নিৰ ধানে থৈল নিম্ন অনেক আখালি। থাকিল কামী যে কৃষ্ণক উপালি। ১৬ পঞ্চাশ ভোগক পাছে দিলা ভাৱে ভাবে। পৰশ কৌতুকে ভোগ ভুঞ্জিলা যাদৱে। পৰিচাৰ পাণ্ড মানে গৈলা গানে পানে। দৌলত থাকিলা প্ৰভু আতি ৰক্ত-সনেৰ ১৬৭ জগন্নাথপুৰাণৰ ইটো কথা সাৰ। নিবন্ধিলো পদ অৰ্থ কৰি বিচাৰ না নৰ নাৰী লোক আন কাম হেলি। ঘুচাৰ সঙ্গে যাদৱাৰ যাত্ৰা-কেলি ৪ ১৬৮ কৃষ্ণ বিনে গুৰু গতি-দা নাহি আন। এক চিত্ত মনে কৰা হৰি-পদ ধ্যান। হৰি-ভক্তি বিনে আয়ু যায় আলোতে। উমান নপাইবা কেভিক্ষণে ধৰে কালে। ১৬৯ কলি-কাশে অল্প আয়ু পাইলে সৱ নৰ। দুকুড়ি শতেক ষষ্টি পঞ্চাশ বৎসৰ। আত পৰে কলিত অধিক আয়ু নাই। পাতকৰ বলত ইহাৰ কয় যায়। ১৭০ এহি ছয় ভাগ আয়ু, কলি-কালে দেখা। টুটয় বাঢ়য় তাতে যশে কৰে লেখী॥ যেতিক্ষণে আকৃগৰ্তে ৰীৰক ধৰে। আৰু টুটতেলে যায় মনত নধৰে। ১৭১ এহিমতে আয়ু যায় সমন্তে লোক। শৰীৰ বাঢ় দেখি হবি লৱাৰ।