পৃষ্ঠা:Kirtan Ghosha.pdf/৬৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-ধোবা [ খণ্ড ৫ বিষ্ণু-দূতচয় থাতে থাকয় কৰিবন্ত সৰ্বনাশ। ২২ যাহাৰ জিহ্বায়ে নোবোলে বিষ্ণুৰ গুণ-নাম সৰ্বক্ষণ। যিজনৰ মনে হৃদয়-পদ্মত নিচিন্তে কৃষ্ণ-চৰণ। যিজনৰ শিৰে নকৰে প্ৰণাম কৃষ্ণৰ পদ-কমলে। তাত মোৰ দায়। নেড়িবি সদায় বান্ধি আন হাতে গলে॥ ২৩ হৰি-চৰণত সদায়ে বিমুখ মুশুনে কৃষ্ণৰ কথা। মাধৱৰ একো শ্ৰম কৰি ফুৰে বৃথা। নকৰি থাকয় আনসে কথা চোবাই। সিটো পাপিষ্ঠক ঝান্টে বান্ধি আন লোহাৰ ভাঙ্গে কোবাই॥ ২৪ নকৰ পথ আতেসে যাহাৰ ৰতি। কৃত্য নয় কৃষ্ণৰ কীৰ্ত্তন ইটো গৃহ-বাস