পৃষ্ঠা:Kirtan Ghosha.pdf/৬৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কৌমুদী পদা কীৰ্তন ৩] অজামিলোপাখ্যান তৃতীয় কীৰ্তন ঘোষা | হৰি বোল হৰি বোল আহে লোকাই হৰি বিনে নাই গতি। ৩ পদ॥ হৰিৰ চৰণ চিন্তিয়া বেড়াৰে, হৰি-নাম লৱে ডাকি। সিদ্ধ মুনিগণে তাৰ যশ গাৱে প্ৰশংসে স্বৰ্গত থাকি। মাধৱৰ আসি। ৰক্ষা কৰি ফুৰে তাক। তাহাৰ ওচৰ নচাপিবি কেহ দূতগণ মোৰ হাক। ২১ বৈষ্ণক দেখি অস্তৰি পলাইবি ভয়ে চপৰাইবি মুণ্ড। মুহি মাধৱৰ গদাৰ কোবত হইবেক হাড় খুখু কীৰ্ত্তনৰ ধ্বনি যিথানত শুনি তাৰ নচাপিবি পাশ। পা ঘোষা ৩ | নাই গতি-খাৰ নাই পদ ২২ অস্তৰি—আন্তৰি