এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কীর্তন ও
দুচাকীর্তন
যু আৱৰ ঠাই
ৰেীক ৰঙ্গে জামােজৰে
মই লােক-দুশ এড়াও।
এহিমতে লক্ষ্মী মাৱে মনত বৈৰাগ্যভাৱে
পৰিচাসৱক আদেশিলা।
নিয়া পৰিচাৰে
পৰম আনতে
কন্টে গৈয়া শট বুড়িল ॥ ৪৮
লড়া-লৱড়ি কৰি সাতে-পাঞ্চে হাতে ধৰি
সাজিল শকট ত্বৰিত।
ভােজনৰ বস্তু মনে থৈলা সৱে থানে পানে
দধি দুগ্ধ গুড় পঞ্চামৃত |
ৰজনী প্রসন্ন ভৈলা সাঞ্জ কোবাইক লৈ
পূবে ভৈল অৰুণ উদয় ।
পৰিচাসকলে জানি শকট যােগাইল আনি
কাছ-পাৰ কৰি আতিশয় ৪৯
হেন দেখি লক্ষ্মী সতী কাছপাৰ কৰি আতি
শকটত চড়ি তাৱক্ষণ।
এতিক্ষণে জবাটে শকট চলােক ঝাপ্টে
পৰিচাক বুলিলা বচন ।
আছে মােৰ যত লোক কেহো ঐত নধাকোক
আসন্তোক লগতে আমাৰ ।
ঘুচা-নগৰ আজি সমদলে বাইবাে সাজি
নগৰক কৰিবৰা উবাৰ ॥ ৫০
শুনিয়া পৰিচাগণে
পৰৰ আনন্দ মনে
শফট চইলা সেহি ছেগে।