পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ২3 ঘুমাকীর্তন চলি যান্তে অগাধ হষিত মন। উৎসৱে চলন্ত প্রজা কৰিা কীর্তন | এহিমতে চলে ৰঙ্গে প্রভু নাৰায়ণ। ঘুচাৰ বাৰী পাইল গৈয়া কতক্ষণ ॥ ৩৯ যত প্রজা গৈয়া আছে কৃষ্ণৰ লগত । সৱাকে নিয়মি প্রভু থৈলা নগৰত । থে সমে পৰিচাক লৈয়া অনন্তৰে। পশিল জগন্নাথ দৌলৰ ভিতৰে ॥ ৪ পাছে ঘুচাৰ পাণ্ডা পৰিচাসকলে। কৃষ্ণক কৰিলা পূজা আতি কৌতুহলে। ধূপ দীপ উপহাৰ নৈৱেদ্য বহুতৰ। ভােজনৰ বস্তু যত দিল সত্বৰ । অনন্তৰে কৃষ্ণক পঞ্চাশ ভােগ দিল। বধি দুগ্ধ পিঠা পৰমান্ন বিতঞ্জিল। ভােজনৰ অন্তে শয্যা দিল বিছাই। আননে থাকিল প্রভু ঘুমুচাৰ ঠাই । ৪২ পৰিচাৰ পাণ্ডাসৱে গৈল ঘৰে ঘৰে। থাকিল জগন্নাথ দৌলৰ ভিতৰে ৷ ঘুচাৰ সঙ্গে অঙ্গে প্রভু দেৱ হৰি। থাকিল অনঙ্গসে কৌতুকে মুৱাৰি। ৪৩ এহিষতে মহাৰহে প্রভু দেৱ হৰি। সাত দিন বঞ্চিলন্ত ঘুচাৰ বাড়ী। নিয়ােক সাৱধান হুয়া সর্বন। মহা মহােসর কৃষ্ণযাত্রাৰ কীৰ্ত্তন ॥ ৪৪