পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষ [ পৰিশিষ্ট বারে ঢাক ঢােল তেৰী মূল খঞ্জী। তাল কাল বাৱে কৃষ্ণক আৱৰি । খােল ৰু-কবিলাস বাৱে স্বৰ তুলি। উৎসৱ কৰিয়া বাৱে জয় কৃষ্ণ বুলি । ৩৩ জুমা-জুৰি কৰি গাৱে কৃষ্ণৰ কীৰ্ত্তন। উৰুলি-জোকাৰ ৰঙ্গে দেই ঘনে ঘন। ভকতিৰ প্ৰেমৰসে কেহাে নৃত্য কৰে। চাপৰি চাপৰি কতাে জুপি জুৰি ফুৰে। ৩৪ লড়-লৱড়ি কৰি চাৱে আগ-পাছ। উৎসুকে কীৰ্ত্তন কৰে ধৰি নানা কাছ। কেহহ ধূপ দীপক লিয়া হাতে লয়। ভেৱ পাৰি পাৰি আতি আনন্দে নাচই। ৩ সিঞ্চে কেহহ ফায়ুগুণ্ডা দুৰ্বাক্ষত মাথে। কীৰ্তন কৰি নাচে উপৰক হাতে। এহিমতে প্রজাগণ হুম্বা বঙ্গ মন। উৎসৱ কৰিয়া কৰে কৃষ্ণৰ কীৰ্ত্তম। ৩৬ ইন্দ্ৰৰ ভুৱনে শুনি ধ্বনি কীৰ্ত্তনৰ। যাত্রা-মহােৎসৱ কি কহিবাে যাদৱৰ । নাহি নুপঞ্জিব হেন যাত্রামহৎসৱ। হেন জগন্নাথ প্রভু হয়াছে উৱ ॥ ৩৭ অনন্তৰে পৰিচায়ে কৃষ্ণ জনাইলা । আগ বাঢ়িক ঘুচাৰ পাণ্ডা আইলা। হেন শুনি অতি মহাৰ ভৈলা দেৱ হৰি। চলিল একটথান ঠক ঠক কৰি ॥ ৩৮