পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ঘুচা-কীৰ্ত্তন os কেহহ শুক্ল চামৰক লৈয়া শ্বেত ছত্র। পৰম উৎসুকে চলে লৈয়া দিব বস্তু । কেহাে দধি দুগ্ম কতো পঞ্চামৃত লৈয়া। চলে নৰনাৰী কতো চিনি ধৃত লৈয়া ২৭ হস্তী ঘােড় শকট চলিলা বহুতৰ। বাঘ ঘোঙ্গ উট খৰ পৰু নিৰস্তৰ । আনাে যত প্রজা আছে ঘুমুচা-নগৰ। বীৰ সাধু যােগী ভিক্ষু ধনী নিৰন্তৰে ॥ ২৮ বৃতিয়ালসৱে চলি গৈলা মহাৰঙ্গে। বীণা বাংশী শ ভাল-মন্ত্র লৈয়া সঙ্গে। অসংখ্যা দিব্য নাৰী যুৱতী বিশেষ। অলঙ্কাৰে মণ্ডিয়া ভূষিত কৰি দেহn ২৯ লৈয়া ভালি ফল ঘট কৰি সুমঙ্গল। কৃষ্ণক বঢ়াইবে আগ চলিলা সকল ॥ ৰাজপথগেট লিপি সুগন্ধ চন্দনে। পধুলি পলি কল ৰুইলা বঙ্গ মনে ॥ ৩ দুৰ্বাক্ষত শিঞ্চি পূর্ণ ঘটক থাপিকা। উপৰত আম-ডালি পুষ্প-সাৰি দিল। এহিমতে নানাবিধ কৰি অমঙ্গল। আগ বাঢ়িবাক প্রজা চলিলা সকল ॥ ৩১ পৰম উৎসৱ কৰি হৰি-গুণ গাই। কৃষ্ণৰ কটক সৱ ভৈল এক ঠাই। অননুৰে প্রজাগণ ভুয়া এক খান। উৎসৱে কৰিৰে লৈলা কৃষ্ণ কীর্তন ৩২