পৃষ্ঠা:Kirtan Ghosha.pdf/৬৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তনােখা পৰিশিষ্ট ১ অলংখ্যাত লােকে শকট আজোড়ে মুখে কৃষ্ণ-গুণ গাই । পৰিচালকলে ঠাকুৰ মাথে শ্বেত ছত্ৰ ধৰি যাই ॥ ৮ কতাে কতো সৰে। উৎসৱ কৰি৷ মাধৱৰ চাপি কোলে। অল্প অল্প কৰি সুৱৰ্ণৰ দণ্ড ধৰি চামৰ দুলে । পৰৰ আনন্দে নটী নৃত্য কৰে চপয় পঢ়র ভাটে। জয় কৃষ্ণ বুলি হাত তুলি তুলি উপৰক চাই বটে। মােগা ব্রহ্মচাৰী উদাস সন্ন্যার্শী যতি ব্ৰতী দিগম্বৰ। কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে চলি বাস্তু নিৰন্তৰ ৷ কেহাে এ বাৱে মৃদঙ্গ বঙ্গাবে তাল-কৰতাল ঠুকি। উৰ্দ্ধবাহু দুয়া কবে তাল ধৰি কীৰ্ত্তন কৰে উৎসুকি । ১০ সুগন্ধ চন্দন ধূপ লগাই তুলি নাচে উপৰক চাই। পৃথিৱীৰ হয়ে উল্লাস করিয়া বৈকুণ্ঠক যেন যাই ।