পৃষ্ঠা:Kirtan Ghosha.pdf/৬২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ২১} উৰেষা-ফান নাহি কাল-নিয়ম ব্ৰতত দোষ নাই । পাইলে মাত্রে খাইবে অল্প তেৱে মােক্ষ পাই। হৃদয়ত ৰূপ হৰি-নাম যাৰ মুখে। বিষ্ণুৰ নৈৱে উদৰত ভৰে সুখে ॥ ২২৪ পাদোদক নির্মাল্য মস্তকে থাকে যাৰ । বােলা হৰি হৰি সেই বিষ্ণু-অৱতাৰ। ভণিল শঙ্কৰে কৃষ্ণ-চৰণত ধৰি। পাতক ছাড়ােক ডাকি বােলা হৰি হৰি। ২২৫ উৰেষা-বর্ণল সমাপ্ত।২৫