পৃষ্ঠা:Kirtan Ghosha.pdf/৬১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ১৯ ] উৰে-বৰ্ণন নমাে ব্ৰহ্মগামী দেৱীক প্রণামাে দিয়ােক মােক মুকুতি ॥ ১৯০ কমল-লােচনী নমাে কাত্যায়নী কৰা মােক পৰিত্ৰাণ। বলােৰ ভগিনী সুভদ্রীক নমি পাৱে বিষ্ণু-লােকে স্থান। এক কন্স মানে দেৱে যেন ফ্রীড়ে পাছে বিপ্র হােৱে আসি। অ-কালে সিও মুকুতিক পাৰে বৈষ্ণৱ জ্ঞান অভ্যাসি৷১৯১ উনবিংশ কীর্তন ঘােষ।। ৰাম গােপাল ত্রাহি প্রভু পশিপল শৰণে। কত নিৱেদিবাে দুখ তােমাৰ চৰণে ॥১৯ পদ ॥ বলাে কৃষ্ণ সুভদ্ৰাক নমি ভক্তিভাৰে। ধৰ্ম্ম অর্থ কাম মােক্ষ সমস্তকে পাৰে । কৃতকৃত্য হুয়া পাছে দৌলৰ বজাইব। বিষ্ণুৰ থানক নমি আইৰ স্থানে যাইব ॥ ১৯২ যৈতে আছা ইন্দ্রনীলময় বনমালী। গুপুত কৰিয়া তাক ঢাকি আছে বালি।