পৃষ্ঠা:Kirtan Ghosha.pdf/৬১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


জয়তি চাণুৰ কীর্তন-ঘােষ [ ২ অষ্টাদশ কীর্তন ঘােষা ॥ এ ৰাম নিৰঞ্জন ৰাম নিৰঞ্জন। ৰাম নিৰন হৰি। ১৮ পদ । জয় কৃষ্ণ জয়। জয় জগন্নাথ সর্ব-পাপ-বিনাশন। কেণীৰ অস্তক জয় কংস-নিসূদন । জয় পদ্ম-পত্র- সদৃশ-লােচন ধৰি আছা চক্র গদা। জয় নীল মেধ- সম শ্যাম জয় সর্ব-সুখ-দাতা সদা । ১৮৪ জয় জগতৰ পুজ্য জয় ভৱ- নাশন সম্ভৰ গতি। বাঞ্ছা-ফুল-দাতা জয় নাথ লােকপতি। দুৰ্ঘোৰ সংসাৰ আত নাই পাৰ অপাৰ সাগৰ যেন। কাম-ক্রোধ-গ্রাহে সদায় আকুল দুঃখচয় ভৈল ফেন। ১৮৫