পৃষ্ঠা:Kirtan Ghosha.pdf/৬০৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১৩ ] উৰে-বৰ্ণন, দুনাই দুনাই কৰাে নমস্কাৰ। কৰা প্রভু আমাক উদ্ধাৰ । তুমি দিয়া ভুকুতি মুকুতি। কৰৰ সেৱা এহিসে যুগুতি ॥ ১৪৭ দুনাই ৰাজা পৃথিৱীত পৰি। বিষ্ণুক বােলন্ত কৰ যুৰি। ঋষিগণ দেৱাৰ বল। যত যােগী সন্যাসীসকল। ১৪৮ যিটো পদ সদা কৰে ধ্যান। ইছা তাক তৈতে দিয়া স্থান । মাধৱে বােলন্ত এহি হােক। অন্তকালে পাইবা গৈয়া মােক। ১৪৯ নকৰিবা সংশয় ইহাত। নিষ্ঠ কৰি বুলিলাে তােমাত। কৃষ্ণৰ কিঙ্কৰে এভু ভণে। হৰি হৰি বােলা সর্ব জনে॥ ১৫ পা ১৪৯ ইছাইচা (তৎপদং গন্ধমিচ্ছাৰি-ব্ৰহ্মপু’ ৫৯১)। Ob