এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কীৰ্ত্তন ১}
আমিলোপাখ্যান
গোটা যম-দূত
অনেক অধৰ্ম্ম
কৰন্তে বিৰ।
আয়ু ভৈল সমাপত।
ভয়ঙ্কৰ তিনি-
আগে লৈ উপগত ২
হাতে পাশ-জী
চক্ষু টেৰ কৰি
খুলন্তৰ তাৰ জাঙ্গ।
কৃষ্ণবৰ্ণ কায়
দেখি ধাতু যায়
হাতত লোহাৰ ডাঙ্গ।
ব্ৰাহ্মণক ধৰি
জীৱ বাজ কৰি
বান্ধিলেক হাত তুলি।
ভয়ে অজামিলে
আইস নাৰায়ণ বুলি। ৩
মন্তে বিপ্ৰৰ
হৰিৰ কীৰ্ত্তন-বাণী।
বুলি খেদি আইল
বিষ্ণু-দূত চাৰি প্ৰাণী।
খেদায়া বিপ্ৰৰ
কাটিল বান্ধ হাতৰ।
পুত্ৰক ডাকিল
মুখত শুনিয়া
প্ৰভুনাম লৰৈ
যমৰ দুতক
পা ৩ | চ চৈ ষোড়, চক্ষু ওঁৰ