পৃষ্ঠা:Kirtan Ghosha.pdf/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১} আমিলোপাখ্যান গোটা যম-দূত অনেক অধৰ্ম্ম কৰন্তে বিৰ। আয়ু ভৈল সমাপত। ভয়ঙ্কৰ তিনি- আগে লৈ উপগত ২ হাতে পাশ-জী চক্ষু টেৰ কৰি খুলন্তৰ তাৰ জাঙ্গ। কৃষ্ণবৰ্ণ কায় দেখি ধাতু যায় হাতত লোহাৰ ডাঙ্গ। ব্ৰাহ্মণক ধৰি জীৱ বাজ কৰি বান্ধিলেক হাত তুলি। ভয়ে অজামিলে আইস নাৰায়ণ বুলি। ৩ মন্তে বিপ্ৰৰ হৰিৰ কীৰ্ত্তন-বাণী। বুলি খেদি আইল বিষ্ণু-দূত চাৰি প্ৰাণী। খেদায়া বিপ্ৰৰ কাটিল বান্ধ হাতৰ। পুত্ৰক ডাকিল মুখত শুনিয়া প্ৰভুনাম লৰৈ যমৰ দুতক পা ৩ | চ চৈ ষোড়, চক্ষু ওঁৰ