পৃষ্ঠা:Kirtan Ghosha.pdf/৫৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন :] সহ নাৰ-বৃত্তান্ত শুনিলাে প্ৰভুৰ মুখে সহস্রেক নাম। ধৰিলে নিশ্চয় কৰি পূৰ্ণ ভৈলা কাম। সেহি সহস্রেক নাম জপাে মঞি মনে। কহিলাে ৰহস্য তুমি ভাৰ্যাৰ কাৰণে ॥ ৭৬ ৰকৰ কন্দলি কহিলা হেন সাৰ । ৰাম-নাম বিনা নাই সংসাৰ-নিস্তাৰ . জানিয়া যতনে মাধৱৰ নাম ধৰা। ৰাম-নাম ভাবিয়া সংসাৰ সুখে তৰা। ৭৭ সহানবৃত্ত সমাও । ২৪।