পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


€ 9b কীর্তন-ঘােষা [ ২৪ চতুর্থ কীর্তন ঘােষা। হে কৰুণা-সিন্ধু ভবন্ধে কৰিয়াে নিস্তান কেন হয়ঞা সংসাৰৰ পাৰ ৷8 পদ পাৰ্বতীৰ বাক্য শুনি হৰ। পাছে হেন দিলন্ত উত্তৰ। শুনিয়াে পার্বতী মােৰ বাণী। ভাল তুমি পুছিল কাহানী। ৩৬ ইটো কথা পৰম গুপুত। কহিবাক মুহিকে যুগুত তুমি মােৰ প্ৰাণ-প্রিয় জায়া। তাতেসে কহিবে মােৰ দায়া ॥ 1109 সত্য-যুগ আছিল পূর্বত। সরে ভৈল হৰিৰ ভকত। সৱাৰৰ ভৈলেক শুদ্ধ মতি। কৃষ্ণৰেসে চৰণত ৰতি ॥ ৩৮ হৰি পাদ-পদ্মে হৃদি থৈয়া । ফুৰে মাধৱৰ নাম লৈয়া । শুনে কৃষ্ণ-কথা মাত্র কাণে। হৰি-পূজা কৰে সাৱধানে। ৩৯ পাশ ঘােষ ৪ | ভবন্ধেভকত-চ্ছ।