পৃষ্ঠা:Kirtan Ghosha.pdf/৫৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ধােবা বিষয়ত মােহ হুয়া কৰিলোেহাে ভােগ। তাৰ ফলে শৃগাল শ্বানৰ ভৈলে যােগ ॥ ভৰ তৰিবাৰ নাৱ লভিলে শৰীৰ। বিষয়- বসে পায়া কৰিলে অথিৰ । ৯ কৰে টলবল দেহ কেনে হুইবাে পাৰ। এভাে দাস বুলি প্রভু কৰিয়াে উদ্ধাৰ । সুকবিশেখৰ ভুৱা দাসৰ দাস। কাতৰ কৰােহাে দিয়ে চৰণত বাস । ১০ দ্বিতীয় কীর্তন ঘােষা। ৰাম জগবন্ধু ত্রাহি গােপাল। দাস উদ্ধাৰিয়ে। দীন-দয়াল। পাদ । কৃষ্ণৰ চৰণে কৰি প্রণাম। পদ্ম-পুৰাণৰ সহস্রনাম। আমি বিৰচিবাে কাৰ্তন আৰ। শুনি পাতকৰ হুয়াে নিস্তাৰ । ১১ হৰি-নামে পাই সংসাৰ-পাৰ। সমস্তে শাস্ত্ৰৰ এহিসে সাৰ ৷ পুৰাণ ভাৰত আগম যত। বেদ বেদান্তৰৰ এহিসে তত্ত্ব ॥ ১২