পৃষ্ঠা:Kirtan Ghosha.pdf/৫১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


. কীৰ্তন-খোকা (খণ্ড দক্ষিণ উৰুত থৈয়া চৰণ। বসি আছে হৰি ধৰি আসন॥ ৯২ মৃগ-মুখাকাৰ দেখিয়া ভৰি। মাৰিল ব্যাধে শৰ লক্ষ কৰি। সন্ধানে কৃষ্ণৰ পাৰক ভেদি। পড়িল বুলি ব্যাধ আইল খেদি॥ ৯৩। দেখে বসি আছ জগনিৱাস। পেলাইল ধনু হুয়া মহাত্ৰাস॥ ভৰিল জীৱ যেন ভৈল মৰা। কৃষ্ণৰ আগত পড়িল জৰা। ৯৪ . শুনা সৰ্বজনে হৰি-চৰিত। : আত পৰে ধৰ্ম্ম নাহি কলিত। কৃষ্ণৰ “কিঙ্কৰে কহে শঙ্কৰে। বোলা হৰি হৰি সমস্ত নৰে। ৯৫