পৃষ্ঠা:Kirtan Ghosha.pdf/৫০৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


16A 8 ] কৃষ্ণ বৈকুণ্ঠপ্রয়াণ e চতুর্থ কীর্তন ঘােষা নৰহৰি কি এ ৰাম নিস্তাৰিয়া নিয়ে নাৰায়ণ মাথাত ধৰিবৰ তুলি তােমাৰ চৰণ।৪ পদ উদ্ধৱক সম্বুধি মাতস্ত কৃষ্ণ পাছে। কৰ্ম্ম-বন্ধ এড়াইবে প্রবন্ধ যাৰ আছে। বৈষ্ণৱৰ সঙ্গ সিটো লৈবে প্রথমত। মােহােৰ চৰিত্ৰ শুনিবেক ভকতত ॥ ৩৫ মােৰ নাম-কীৰ্তন কৰিবে সর্বক্ষণে। হৃদয়ত মােৰ ৰূপ চিস্তিবে যতনে। মােৰ যশ গায়া যিটো কৰে নাহি তাৰ চিন্তা সিটো ভৈল কৃতকৃত্য। ৩৬ শুনিয়াে উদ্ধৰ আৱে ৰহস্য ভকতি। কৰিবা অভ্যাস তুমি থিৰ কৰি মতি। সমন্তে ভূততে ব্যাপি আছে মঞি হৰি। সৱাকো মানিবা তুমি বিষ্ণু-বুদ্ধি কৰি ৩৭ ব্রাহ্মণৰ চাণ্ডালৰ নিবিচাৰি ফুল। দাতাত চোৰত যেন দৃষ্টি এক তুল? নীচত সাধুত যাৰ লৈ এক-জ্ঞান। তাহাকেসে পণ্ডিত বুলিয় সৰ্বজান। ৩৮ 1