পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮
[খণ্ড ৩
কীৰ্ত্তন ঘোষা

এহিসে মৰ্দ্দিবে পাষণ্ড-মতি।
জানিবা কলিত নামেসে গতি॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনে॥ ৭৪

পাষণ্ড মৰ্দ্দন সমাপ্ত॥৩॥