পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন-বোমা [ খণ্ড ৩ এহিসে মৰ্দিবে পাষণ্ড-মতি। জানিবা কলিত নামেসে গতি। কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে। বোলা হৰি হৰি সমস্ত জনে॥ ৭৪ পাষণ্ড সমাপ্ত॥