পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কৃষ্ণলীলা-শালা তন পিৰে নপাই কোপে কৃষ্ণ বৰ চাণ্ড। শিলা হানি দধিৰ ভাঙ্গিলা সৱে ভাণ্ড ॥ সেহি অপৰাৰে ধৰি বান্ধিলা সুশী। লাসে লাসে উড়ল টানি নিল হৰি। ৯ বৃক্ষত লাগিয়া ভৈল উড়ল পথালি। অৰ্জ্জনক উভঞ্জি পেহলাইলা বনমালী বুলিলেক তুতি দুয়াে কুবেৰ-নন্দন। নিজ থানে গৈলা কৰি কৃষ্ণকু বন্দন। ১০ কোনে ফল লৈবেক পসাৰী দিলে ডাক। ধান্ত লৈয়া যান্ত কৃষ্ণে ফল কিনিক। কৃষ্ণৰ হস্তত ভৰি দিলা ফল বাছি। সুৱৰ্ণে ৰতনে তাইৰ উপচিল পাছি ঃ ১১ অনশুৰে ৰাম কৃষ্ণ গৈলা বৃন্দাবন। শিশুসৱ সহিতে চাৰিলা বৎসগণ । বহুবিধ শিশুলীলা আচৰি প্ৰচুৰ। লীলায়ে বধিল তৈতে বৎস বকাসুৰ। ১২ ঘােৰ সৰ্প-ৰূপে অঘে আছে বেন্ত বাই। বৎস বৎসপালক গিলিল লগ পাই । তাৰ গল ভেন্টিয়া বঢ়াইলা দেহা হৰি। কৃষ্ণৰ সাপ্য পাইলা. অঘাৰ মৰি। ১৩