পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কান-ঘােষ [২২ দেখি পুত্র-মুখ নন্দে আনন্দে বিহবল।' তনয়ৰ জাত-কৰ্ম্ম কইলা সকল ॥ দৈত্যক বধিবে আৰম্ভিলা গােকুলত। পূনাৰ চেতন শুষিলা প্রথমতঃ ৪ শকটৰ তলে থৈলা যশােদা শুৱাই। পেহলাইলা পাৱে শকটক উভতাই। তুলিলাহ হামি যশােদাৰ পিয়া তন। গর্ভতে দেখিলা দেৱী চৌধয় ভুন। ৫ বিস্ময়া হুইয়া আখি মুদিলা সুন্দৰী। তাত পাছে নিলা চৰাতে চুৰি কৰি। গলত চিপিয়া ধৰি পেলাইল শিলাত। মৰি গৈল দুষ্ট দৈত্য তােমাৰ লীলাত # ৬ জাত-কৰ্ম কৰি গৰ্গ ঋষি থৈলা নাম। গগাকুলত ক্রীড়ন্তে ফুন্তে কৃষ্ণ ৰাম । নাচ বুলি পাঞ্চে গােপী বজায়া চাপৰি। কৰিলন্ত নৃত্য ভঙ্গী-ভাৱে দেৱ হৰি। ৭ যশােদা সুধিলা ধৰি কিয় মাটি খাইলি। নখাওঁ বুলিয়া বেস্তু বাইলা বনমালী । গর্ভতে দেখিলা দেৱী ভুৱন চৈধয়। কৰিলন্ত তুতি আতি পৰম বিস্ময়। ৮