পৃষ্ঠা:Kirtan Ghosha.pdf/৪৬৬

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


এতেকেসে জ্ঞানী গণে অৱশেব জগতকে বােলে হৰি। আৱে জগজীৰ তােমাৰ চৰণে ভজো হৃদয়ত ধৰি । ১৪ 1 যত তপ আছে। সমস্তে কৰােক পড়ােক পর্বতে উঠি সমস্তে তীর্থত বেদক পঢ়োক তুষ্টি। স্নানিয়া ফুৰােক যত যজ্ঞ আছে সমন্তে যজোক, কৰােক যােগ অভ্যাস। হৰিৰ কীৰ্ত্তন নকৰি তথাপি নেভয় মৃত্যুৰ ত্ৰাস। ১৫ নাহি দেহেন্দ্রিয় সমস্তে কৰ্তাৰ শক্তিক ধৰা একলে। তুমিসি সৰ্বজ্ঞ তুমি সৰ্ব্বকৰ্ত্তা তােমাক সেৱে সকলে। যেন চক্ৰৱৰ্তী ৰাজাক যােগাৱে সামৰাজে কৰ-ভাৰ।