পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


জানিয়া কৃষ্ণৰ পশিয়াে সুদৃঢ় মতি। বােলা ৰাম ৰাম ছাড়ি আন কাম লভিবা পৰম গতি ॥ ২৩ তৃত্বীয় কীর্তন ঘােষ। কমললােছন কলুষমােচন। ৩ পদ। পাছে বলি ৰায়ক আশ্বাস করি। সৱাহাঙ্কে লৈয়া উঠিলা হৰি। দ্বাৰকা-পুৰ পাইলা মহাভাগে। ছয়াে ভাইক দিলা মাতৃৰ আগে। ২৪ ছয়াে ছৱালক দৈৱকী দেখি। পৰম আনন্দে চান্ত নিৰেখি । নিশ্চয়ে সৱে মােৰ পুল্ল বুলি। লৈল সৱাকো কোলাত তুলি ॥ ২৫ পুত্র-স্নেহে অৱে দুয়ােতন। কৰ পুত্ৰৰ মুখ চুম্বন ৪ উকে পুক পিয়াস্ত ক্ষীৰ। ভ্ৰাণত্ত ঘনে ঘনে পুত্র-শিৰ । ২৬