পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


e দৈৰকীৰ পুত্র-কানয়ন 889 তাক লাগি সদায়ে ক্রন্দন কন্তু দৈৱকী আই। সৱাহাক্কো আজি দ্বাৰকাক নিব গুচাইবাে মাৱৰ শােক। মােহােৰ প্ৰসাদে শাপ এড়াই আজি ছয়াে যাইবে স্বর্গলােক। ২১ এহিসে কাৰণে তােমাৰ পাশক আসি আছে। দৈত্য-পতি। শুনি বলি উঠি ছয়কো আগতে যােগাইলা কৰি ভকতি। দুহাতে ধৰিয়া কৃষ্ণৰ চৰণ শিৰত অর্চিলা তুলি। আজিসে সমস্ত পাপ দূৰ ভৈল জন্ম সাফলিলাে বুলি। ২২ শুনা সর্বজন এড়ি আন মন স্থিৰ কৰি এক মতি। কৃষ্ণ-নাম বিনা ইটো কলিযুগে নাহি নাহি আন গতি।