পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


উদীথ পতঙ্গ [ খণ্ড স্মৰ পৰিখ ক্ষুদ্ৰ আৰৰ ঘৃণি। এহি ছয় জন পৰম পৱিত্ৰ আছে কাম-ক্রোধ জিনি যৈসানি ব্রহ্মায়ে নিজ দুহিতাক স্ক্রীড়া কৰিবাক চান্ত। দেখি ছয়ােজনে ব্ৰহ্মাক নিন্দিয়া উপহাস্য কৰিলন্ত। ১৯ অনুৰ-যােনিক যাহা বুলি ব্ৰহ্মা শাপ দিলা কোপ মনে। হিৰণ্যকশিপু ভৈলা আসি ছয়ােজনে। দৈত্যৰ তনয় পাছে দৈৱকীৰ গর্ভতে চুয়ােক উপজায়া যােগমায়া। ধৰি কংস ৰায় সৱাকো বধিলা অধৰ্ম্ম একো নায়া ॥ ২০ সম্প্রতি তােমাৰ কাছতে আছত্ত ছয়াে মােৰ শ্ৰেষ্ঠ ভাই।