পৃষ্ঠা:Kirtan Ghosha.pdf/৪৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিংশ খণ্ড দৈৱকীৰ পুত্ৰ-আনয়ন এখন কী পদ।

ৰাম মাধৱ মুৱাৰি। কৃষ্ণ মুকুন্দ দৈত্যাৰি। ১ শুক মুনি বােল শুনিয়াে পৰীক্ষিত। পাপৰ অন্তুক ইটো কৃষ্ণৰ চৰিত । অনন্তৰে দৈৱকী শুনিলা হেন বাণী। গুৰুৰ মৃতক পুত্র কৃষ্ণে দিলা আনি॥.১ হুয়া আতি বিস্ময় গুণ বৰ নাৰী । মােৰাে ছয় তনয়ক কংসে আছে মাৰি । হৃদয় ব্যাকুল কৰে তাসম্বক ৰি। চক্ষুৰ লােতক আতি পৰে সৰসৰি। ২ মুখৰৰ নােয় মাত গদগদ বাণী। বুলিল বচন ৰাম গােৱিক আনি। নিয়ােক ৰাম শুনিয়ােক দামােদৰ। জানিলে তােমৰা দুই জগত ঈশ্বৰ # ৩