পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


  • 8]

আিখ্যান চপল টানিয়া আছয় মুকুতাৰ মালা আঁৰি।। দিব্য কন্যাগণে আয়াত কৰে শুনি নুপুৰৰ সাৰি। কর অনেক প্রদীপ প্রকাশে নজানয় ৰাত্রি-দিন। ইতে অধিক পাইলা সমৃদ্ধিক গুচিল দাৰিদ্ৰ-চিন ॥ ৩০ কৃষ্ণৰেসে কৃপা বােল ব্রাহ্মণে আত নাহি আন হেতু। বস্তুক বিস্তৰ কন্তু গৰুড়-কেতু। আমাৰ সন্দেশ খাইলা হৃষীকেশ চাউল-চিৰা একমুষ্টি। এতেকতে মােক মহা সম্পত্তিক দিল পৰম তুষ্টি ॥ ৩১ তাহান চৰণে সৌহৃদ্য সখিত্ব মিত্র-ভার মুগুচোক। '