পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


8: তৈলা মহাপ্রীতি ভাৰ্য্যায়ে পহিতি এক ঠাই হুয়া পাছে। পৰম আনন্দে পশিলা মন্দিৰ দ্বিজবৰ দিব্য কাছে। ২৮ ঘােষা। প্রাহিৰামনিৰঞ্জন জীৱেৰ জীৱন মুকু ৰাম যুবাৰি। তােমাৰ চলে পশিলল শৰণে নিয়েক মােক উদ্ধাৰি৷ পদ। সুৱৰ্ণ ৰুহলী মৰকত গুলী ফটিকৰ দ্বাৰ বাৰ। গৃহৰ আৰম্ভ দেখি ভৈলা চমৎকাৰ দুগ্ধ-ফেণ-সম শয্যাস আছে সােণাৰ খাটে বিছাই। সুবৰ্ণ আসন ভাজন যতেক তাৰ সীমালংখ্যা নাই। ২৯ পা” । গৃহৰ আৰক্ত-প্রকাশতে আছে।