পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দামোদৰুবিখ্যান নৰ-নাৰীগণে বিক বেঢ়িল: দিব্য বাদ্য-ভণ্ড বাই। স্বামী আসিবাক শুনিয়া ব্ৰাহ্মণী গৃহৰ বজাইল ৰঙ্গে। সালত দাসী সহস্ৰেকে বেঢ়ি যোগানে লড়িলা সঙ্গে। ২৬ দিব্য আভৰণে ভূষিতা সুন্দৰী যাহা যেন নাচত্তে। ৰূপ ধৰি লক্ষ্মী যেন বাজ ভৈল আপুন থানৰ হন্তে॥ দিব্য পৰিচ্ছদে আগ বাঢ়ি আসি স্বামীক দেখিলা গই। আনন্দে মোতক বজাই আখি মুদি থাকিল থমকি ৰই। ২৭ পতিক বুদ্ধিয়ে নমিলা ব্ৰাহ্মণী : মনে ধৰি আলিঙ্গিলা। কন্যাগণ মধ্যে- প্ৰকাশন্তে সতী • ভাৰ্য্যাক দ্বিজে দেখিলা॥ ২। যোগানে পড়িল-মোখনি ধৰিলা।