পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তনখােবা ৰিদ্র ব্রাহ্মণে ধন পাইলে মােক পাসৰিবে সমুদায়। এহি বুলি ধন নেদিলে আমাক জানিলাে কৃষ্ণ গােসই। হেন গুণি-গাস্থি যাহান্তে গৃহৰ সমীপ পাইলস্তু পাছে। চন্দ্র-সূর্য-সম অনেক বিমান দেখ তহিতে আছে। ২৪ দিব্য উপবনে পড়ি পক্ষীগণে সুললিত ৰাৰ তেজে। দীঘি-সৰােৰ পুষ্পিত উৎপল প্রফুল্ল পঙ্কজে ৰজে। দিব্য নৰ-নাৰী গণ ফুৰে তৈতে পিন্ধি বস্ত্র-অলঙ্কাৰ। দেখিয়া ব্রাহ্মণে বিস্ময়ে গুণ ইটো দিব্য পুৰী কাৰ। ২৫ মুহি গৃহ মােৰ কৈক আইলাে বুলি থমকি আছন্ত চাই। পা ২৫। দিব্যি।