পৃষ্ঠা:Kirtan Ghosha.pdf/৪৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ] আমােহমিগ্র্যান জাৰে কাপে শিষ্য যত শৰীৰত নাহি তত দেখি খেদ কৰিলা অনেক। আমাক বােলও বাক শুনিয়ােক শিষ্যজাক মােৰ পদে কিনাে দুঃখ ভৈল। প্রাণততা এড়িলা আশ খপিলাহা বনবাস গুৰু-ঋণ সৱে শুষ গৈল ৪ ১৩. শুনা শিষ্য নিৰন্তৰ তুষ্ট হুয়া দোে বৰ জানা সৱে শাস্ত্র প্রতিক্ষণে। পুর্ণ ভৈল মনােৰথ গৃহক ধৰিলল পথ পাছে আমি সৱে শিষ্যগণে ॥ আননী দুঃখ নানা মত গুৰু-গৃহে পাইলে যত প্রাণ-সখি সুমহা তাক। হেন শুনি দ্বিজবৰে কযােৰে অনন্তৰে কৃষ্ণক বুলিলা মৃদু বাকর ১৪ শুনিয়ােক পৰম্ ব্ৰহ্ম আমাৰ সাফল জন্ম সমস্ত পাতক ভৈল নাশ। যিহেতু জগত-স্বামী তােমাৰ লগত আমি গুৰু-গৃহে কৰিলাে নিবাস।